Thursday, May 24, 2018

পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধি বিৰোধিতাৰে অসম কংগ্ৰেছ কমিটিৰ বিশেষ প্ৰতিবাদ

পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধি বিৰোধিতাৰে অসম কংগ্ৰেছ কমিটিৰ বিশেষ প্ৰতিবাদ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ

  • পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
অসম খবৰLIVE@ডিজিটেল নিউজ ডেস্ক গুৱাহাটীৰ পৰা জাহিদুল ইছলাম ,২২ মে:-বৰ্তমান সময়ত ৰাজ্যত পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিতি উদোগত ৰাজীৱ ভৱন পৰা এক প্ৰতিবাদী সমদল উলিয়াই ।অসম প্ৰদেশ কংগ্ৰেছ কমিতি সভাপতি ৰিপুন বৰা নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলটোত কংগ্ৰেছ দলৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰিক্সা চলাই পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনাই ।

No comments:

Post a Comment

Thanks
@
www.asomkhobor.com

Asom Khobor LIVE 24x7 (an assamese online news digital web media)

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result Seba HSLC Result 20...