Wednesday, May 23, 2018

যোগীঘোপাৰ বালাপাৰাত অগ্নিকাণ্ড

যোগীঘোপাৰ বালাপাৰাত অগ্নিকাণ্ডঃ

  • প্ৰায় লক্ষাধিক টকাৰ ক্ষতিসাধনঃ
অসম খবৰ LIVE@নামুল হক , যোগীঘোপা, ২৩ মেঃ  বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱত আজি দিনৰ ২.৩০ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । জানিব পৰা মতে বালাপাৰা গাঁও নিবাসী বছিৰ উদ্দিনৰ বাসগৃহ এটা অগ্নিকাণ্ড সংঘটিত হয় । লোক গৰাকীৰ ঘৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাত প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

No comments:

Post a Comment

Thanks
@
www.asomkhobor.com

Asom Khobor LIVE 24x7 (an assamese online news digital web media)

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result Seba HSLC Result 20...